ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ৭
  • যিহোৱা! আমাৰ শক্তি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱা! আমাৰ শক্তি
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • পৰিত্ৰাণৰ বাবে যিহোৱাক বিচৰা
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • তোমাৰ নামক কৰোঁ মহান আমি!
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ৭

গীত নং ৭

যিহোৱা! আমাৰ শক্তি

(যিচয়া ১২:২)

  1. ১. আ-মি কে-ৱল দু-ৰ্বল মা-টিৰ মা-নুহ,

    যি-হো-ৱা তো-মাৰ শ-ক্তি-ৰে পাওঁ বল।

    সা-ক্ষী হৈ আ-নক, জ-নাওঁ তো-মাৰ নাম,

    শু-নে, নু-শু-নে এ-ৰোঁ তেওঁৰ হা-তত।

    (কোৰাচ)

    যি-হো-ৱা তু-মি, আ-মাৰ অ-ভি-মান,

    জ-নাওঁ ম-হান নাম আ-নক তো-মাৰ।

    তু-মি শি-লা, তু-মি যে আ-শ্ৰয়-স্থান,

    তো-মাৰ শ-ক্তিক দিওঁ আ-মি যে স-ন্মান।

  2. ২. আ-ন্ধা-ৰত আ-ছিল জী-ৱন যে আ-মাৰ;

    স-ত্যৰ পো-হৰ দি-লা তু-মি আ-মাক।

    আগ-বা-ঢ়োঁ আ-মি শ-ক্তি-ৰে তো-মাৰ;

    স-ম-ৰ্থন ৰা-জ্যৰ ক-ৰোঁ যে তো-মাৰ।

    (কোৰাচ)

    যি-হো-ৱা তু-মি, আ-মাৰ অ-ভি-মান,

    জ-নাওঁ ম-হান নাম আ-নক তো-মাৰ।

    তু-মি শি-লা, তু-মি যে আ-শ্ৰয়-স্থান,

    তো-মাৰ শ-ক্তিক দিওঁ আ-মি যে স-ন্মান।

  3. ৩. ই-চ্ছা তো-মাৰ পূ-ৰ্ণ ক-ৰোঁ আ-মি।

    চয়-তা-নক ন-ক-ৰোঁ আ-ৰু যে ভয়।

    তা-ড়-না বা মৃ-ত্যু য-দিও আ-হে

    স-দায় ক-ৰিম জয়-গান আ-মি তো-মাৰ।

    (কোৰাচ)

    যি-হো-ৱা তু-মি, আ-মাৰ অ-ভি-মান,

    জ-নাওঁ ম-হান নাম আ-নক তো-মাৰ।

    তু-মি শি-লা, তু-মি যে আ-শ্ৰয়-স্থান,

    তো-মাৰ শ-ক্তিক দিওঁ আ-মি যে স-ন্মান।

(২ চমূ. ২২:৩; গীত. ১৮:২; যিচ. ৪৩:১২ পদবোৰ চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক