ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ২৮
  • যিহোৱাৰ বন্ধু হোৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ বন্ধু হোৱা
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • আপুনি যিহোৱাৰ বন্ধু হʼব পাৰে!
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • কিশোৰ-কিশোৰীসকল—যিহোৱা আপোনাৰ প্ৰকৃত বন্ধু হয়নে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ২৮

গীত নং ২৮

যিহোৱাৰ বন্ধু হোৱা

(গীতমালা ১৫)

  1. ১. কোন হয় তো-মাৰ ব-ন্ধু?

    কোন হয় তো-মাৰ আ-পোন?

    কাক তু-মি ভা-বা নি-জৰ বু-লি?

    এ-বাৰ তু-মি কো-ৱা?

    যি জ-নে শু-নে মাত,

    নি-ৰ্ভৰ ক-ৰে তো-মাক,

    স-দায় যি মা-নে ক-থা তো-মাৰ,

    যি-জন হয় বি-শ্বা-সী।

  2. ২. কোন হয় তো-মাৰ ব-ন্ধু?

    মি-ন-তি কাৰ শু-না?

    কো-নে ক-ৰে আ-ন-ন্দিত তো-মাক?

    কাৰ নাম তো-মাৰ প্ৰি-য়?

    যি জ-নে কয় স-চাঁ;

    গায় তো-মাৰ গুণ স-দায়

    যি জ-নে ক-থা শু-নে স-দায়,

    ক-পট নাই যাৰ ম-নত।

  3. ৩. যাঃ তো-মাক কওঁ আ-মি,

    ম-নৰ ক-থা আ-মাৰ

    স-দা-য়ে দে-খু-ৱা বাট তু-মি,

    কা-ষত আ-মাক ৰা-খা।

    যি ক-ৰোঁ ভুল আ-মি,

    পা-হ-ৰা তাক তু-মি।

    প্ৰে-মে-ৰে শি-ক্ষা দি-য়া তু-মি,

    ক-ৰোঁ গুণ-গান তো-মাৰ।

(গীত. ১৩৯:১; ১ পিত. ৫:৬, ৭ পদবোৰো চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক