গীত নং ৩৪
সদায় যিহোৱাৰ বিশ্বাসী হৈ থাকিম
(গীতমালা ২৬)
১. যি-হো-ৱা মোৰ, ক-ৰা তু-মি বি-চাৰ;
চা-লি-জা-ৰি চো-ৱা হয় নে মন প-ৰি-ষ্কাৰ?
য-দি পো-ৱা মোৰ ম-নত কো-নো ভুল,
শু-দ্ধ যেন ক-ৰা মোক হৈ থা-কোঁ যেন নি-খুঁত।
(কোৰাচ)
যি-হো-ৱা মই থা-কিম তো-মা-ৰে হৈ,
চ-লিম প-থত তো-মাৰ অ-ন-ন্ত কা-ল-লৈ।
২. ন-ব-হোঁ মই দু-ষ্ট লো-কৰ ল-গত,
ক-ৰে যি বে-য়া কাম, ম-নত থয় ছল-ক-পট।
নি-নি-বা প্ৰাণ তু-মি তেওঁৰ ল-গত মোৰ,
থা-কিম তো-মাৰ ল-গত, চ-লিম তো-মাৰ প-থত।
(কোৰাচ)
যি-হো-ৱা মই থা-কিম তো-মা-ৰে হৈ,
চ-লিম প-থত তো-মাৰ অ-ন-ন্ত কা-ল-লৈ।
৩. তু-মি দি-লা নিজ পু-ত্ৰৰ ব-লি-দান,
কি-দ-ৰে ক-ৰিম মই প-ৰি-শোধ এই দ-য়াৰ?
জ-নাম তো-মাৰ ম-হান নাম স-ক-লোক,
যা-তে কা-ষত আ-হে, সেই স-ৰল ন-ম্ৰ-লোক।
(কোৰাচ)
যি-হো-ৱা মই থা-কিম তো-মা-ৰে হৈ,
চ-লিম প-থত তো-মাৰ অ-ন-ন্ত কা-ল-লৈ।
(গীত. ২৫:২ পদটো চাওক।)