ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ৭৬
  • সত্যক বাচি লোৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সত্যক বাচি লোৱা
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • ‘গুৰুত্বপূৰ্ণ বিষয়বোৰ বাচনি কৰক’
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • যিহোৱাৰ মন আনন্দিত কৰা
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ৭৬

গীত নং ৭৬

সত্যক বাচি লোৱা

(ইব্ৰী ১৩:১৫)

  1. ১. ৰা-জ্যৰ বা-ৰ্তা শু-নাই,

    কে-নে লা-গে কো-ৱা না?

    শি-কাওঁ আ-নক যে-তিয়া

    যাঃৰ এই শু-ভ-বা-ৰ্তা।

    কোন ন-ম্ৰ হৃ-দ-য়ৰ,

    যাঃ-য়ে লয় স-ঠিক নি-ৰ্ণয়,

    ক-ৰোঁ আ-মি এই বি-শ্বাস,

    আ-নি-ব তেওঁক গৃ-হত।

    (কোৰাচ)

    ক-ৰোঁ আ-মি অ-তি উ-ল্লাস,

    যি-হো-ৱাৰ প-বি-ত্ৰ সে-ৱাত;

    দিম আ-মি প্ৰ-তি-দি-নে তেওঁক,

    প্ৰ-শং-সাৰ ব-লি-দান।

  2. ২. স-ত্যক শি-কা দে-খি

    কে-নে লা-গে কো-ৱা না?

    পাই যা-তে সেই জ-নে-ও

    জী-ৱ-নৰ উ-প-হাৰ?

    কি-ন্তু প্ৰ-তি-জ-নে,

    সেই সু-খ-বৰ নু-শু-নে;

    ত-থা-পি আ-মি জ-নাওঁ,

    যি-হো-ৱাৰ এই বা-ৰ্তা।

    (কোৰাচ)

    ক-ৰোঁ আ-মি অ-তি উ-ল্লাস,

    যি-হো-ৱাৰ প-বি-ত্ৰ সে-ৱাত;

    দিম আ-মি প্ৰ-তি-দি-নে তেওঁক,

    প্ৰ-শং-সাৰ ব-লি-দান।

  3. ৩. স-হায় পাই যি-হো-ৱাৰ,

    কে-নে লা-গে কো-ৱা না?

    বি-শ্বাস ক-ৰি তেওঁ আ-মাক,

    দি-লে তেওঁৰ ম-হান কাম।

    দিওঁ খ-বৰ নি-ৰ্ভ-য়ে,

    কি-ন্তু কওঁ মৃ-দু-তা-ৰে;

    যা-তে সেই ন-ম্ৰ-জ-নে,

    যাঃৰ কা-ষ-লৈ আ-হে।

    (কোৰাচ)

    ক-ৰোঁ আ-মি অ-তি উ-ল্লাস,

    যি-হো-ৱাৰ প-বি-ত্ৰ সে-ৱাত;

    দিম আ-মি প্ৰ-তি-দি-নে তেওঁক,

    প্ৰ-শং-সাৰ ব-লি-দান।

(পাঁচ. ১৩:৪৮; ১ থিচ. ২:৪; ১ তীম. ১:১১ পদবোৰো চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক