গীত নং ৮০
‘পৰীক্ষা কৰি চোৱা এবাৰ যিহোৱা যে মংগলময়’
(গীতমালা ৩৪:৮)
১. শু-ভ-বা-ৰ্তা প্ৰ-চাৰ ক-ৰাৰ,
এ-য়া হৈ-ছে বি-শেষ সু-যোগ।
ন-হওক স-ম-স্যা, স-ময় কি-নি লওঁ,
জ-নাওঁ বা-ৰ্তা ন-ম্ৰ লো-কক।
(কোৰাচ)
‘প-ৰী-ক্ষা ক-ৰি চো-ৱা এ-বাৰ,
যি-হো-ৱা যে মং-গল-ময়।’
ম-নে-প্ৰা-ণে তেওঁৰ ভ-ক্তি ক-ৰি,
পাওঁ স-ন্তু-ষ্ট হৃ-দ-য়ত।
২. পূ-ৰ্ণ স-ময় সে-ৱা ক-ৰি,
পাওঁ আ-মি পি-তাৰ আ-শীৰ্-বাদ।
য-দি যি-হো-ৱাক ক-ৰোঁ ভ-ৰ-সা,
স-ক-লো দি-ব তেওঁ নি-শ্চয়।
(কোৰাচ)
প-ৰী-ক্ষা ক-ৰি চো-ৱা এ-বাৰ,
যি-হো-ৱা যে মং-গল-ময়।’
ম-নে-প্ৰা-ণে তেওঁৰ ভ-ক্তি ক-ৰি,
পাওঁ স-ন্তু-ষ্ট হৃ-দ-য়ত।
(মাৰ্ক ১৪:৮; লূক ২১:২; ১ তীম. ১:১২; ৬:৬ পদবোৰো চাওক।)