ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ১৫৬
  • বিশ্বাসেৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বিশ্বাসেৰে
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • আপুনি সঁচাকৈ শুভবাৰ্ত্তাত বিশ্বাস কৰেনে?
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • “আমাৰ বিশ্বাস বঢ়োৱা”
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ১৫৬

গীত নং ১৫৬

বিশ্বাসেৰে

(গীতমালা ২৭:১৩)

  1. ১. সিংহক মই ভয় নকৰোঁ

    কিয় শত্ৰুক ভয় কৰিম মই?

    যিহোৱা মোৰ ওচৰ,

    নাই মোৰ কোনো ভয়।

    ঈশ্বৰ মোৰ লগত মই জানোঁ।

    (কোৰাচ)

    বিশ্বাসেৰে,

    মই চাওঁ নতুন জীৱন।

    বিশ্বাসেৰে,

    মই দেখোঁ নিজকে।

    যিহোৱা মোৰ সাহস,

    তেওঁ আছে মোৰ লগত।

    জানোঁ ঈশ্বৰ আছে,

    মোৰ ওচৰ—

    বিশ্বাসেৰে।

  2. ২. বিশ্বাসী জন যি আমাৰ

    থাকিল তেওঁ হৈ নিষ্ঠাৱান।

    বিশ্বাসে অটল,

    কৰিলে তেওঁলোকক।

    ভৱিষ্যৎ হʼল তেওঁৰ সুৰক্ষিত।

    (কোৰাচ)

    বিশ্বাসেৰে,

    মই চাওঁ নতুন জীৱন।

    বিশ্বাসেৰে,

    মই দেখোঁ নিজকে।

    যিহোৱা মোৰ সাহস,

    তেওঁ আছে মোৰ লগত।

    জানোঁ ঈশ্বৰ আছে,

    মোৰ ওচৰ—

    বিশ্বাসেৰে।

    (ব্ৰীজ)

    বিশ্বাসেৰে,

    মই কঠিন কাম কৰোঁ।

    বিশ্বাসেৰে,

    মোৰ আশা নিশ্চিত।

    মই কʼত থাকিম বিনা বিশ্বাসেৰে অসম্ভৱ,

    উজ্জ্বল ভৱিষ্যতৰ আশা।

  3. ৩. মই দেখোঁ ভাল ভৱিষ্যৎ,

    ঈশ্বৰে ৰাখিছে মোৰ বাবে।

    মই সাহসী হʼম।

    যিহোৱাৰ দিন ওচৰ

    তেওঁ বিজয়ী হʼব।

    (কোৰাচ)

    বিশ্বাসেৰে,

    মই চাওঁ নতুন জীৱন।

    বিশ্বাসেৰে,

    মই দেখোঁ নিজকে।

    যিহোৱা মোৰ সাহস,

    তেওঁ আছে মোৰ লগত।

    জানোঁ ঈশ্বৰ আছে,

    মোৰ ওচৰ—

    বিশ্বাসেৰে,

    বিশ্বাসেৰে।

(ইব্ৰী ১১:১-৪০ পদবোৰো চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক