ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ফেব্ৰুৱাৰী পৃষ্ঠা ৮
  • নিজক আৰু আনক বিঘিনি জন্মোৱাৰপৰা বিৰত থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিজক আৰু আনক বিঘিনি জন্মোৱাৰপৰা বিৰত থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • আপুনি যীচুৰ বাবে উজুটি খাবনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • কোনো কথাই তেওঁলোকক উজুটি খোৱাব নোৱাৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • সঠিক মনোবৃত্তিৰে যীচুক অনুকৰণ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • ‘শেষলৈকে দৌৰি থাকক’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ফেব্ৰুৱাৰী পৃষ্ঠা ৮

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ১৮-১৯

নিজক আৰু আনক বিঘিনি জন্মোৱাৰপৰা বিৰত থাকক

নিজক আৰু আনক বিঘিনি জন্মোৱা যে এক গভীৰ বিষয় হয়, তাক বুজাবলৈ যীচুৱে উদাহৰণ ব্যৱহাৰ কৰিছিল।

১৮:৬, ৭

  • এটা ‘বিঘিনিৰ জাঁত’ অথবা বিঘিনিৰ শিলাৰ অৰ্থ হৈছে এনে এটা কাৰ্য্য বা পৰিস্থিতি, যাৰ দ্বাৰা এজন ব্যক্তিয়ে নৈতিক কাৰ্য্যৰপৰা বিচলিত হোৱা বা অসৎ কাৰ্য্য বা পাপ কাৰ্য্যত জড়িত হোৱা

  • এজন ব্যক্তিৰ বাবে যদি কোনোবাই বিঘিনি পায়, তেনেহʼলে বিঘিনি দিয়াজনক এটা জাঁত বা শিলা ডিঙিত লগাই সমুদ্ৰত পেলাই দিয়াই ভাল

গাধই জাঁতটা ঘূৰাইছ; এজন মানুহৰ ডিঙিত জাঁতটা লগাই সমুদৰ মাজত পেলাই দিছ

শস্য পিচা জাঁত

১৮:৮, ৯

  • যীচুৱে তেওঁৰ শিষ্যসকলক উপদেশ দিছিল যে যদি আমাৰ হাত বা চকু আদিৰ দৰে মূল্যৱান অঙ্গই বিঘিনি জন্মায়, তেনেহʼলে তাক কাটি পেলোৱাই ভাল

  • এই অঙ্গবোৰৰ সৈতে গেহেনালৈ যোৱা অৰ্থাৎ বিনাশ হোৱাৰ পৰিৱৰ্তে, এইবোৰ নোহোৱাকৈ ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাই ভাল

মই এনে কি কাৰ্য্য কৰি আছোঁ, যাৰ বাবে বিঘিনি জন্মোৱাৰ কাৰণ হʼব পাৰোঁ? মই কেনেকৈ মনত ৰাখিব পাৰোঁ যে মই নিজক বা আনক বিঘিনি জন্মোৱা নাই?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক