ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 ফেব্ৰুৱাৰী পৃষ্ঠা ৪
  • “ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • মুক্তিপণ—ঈশ্বৰৰ এক মহান উপহাৰ
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • মুক্তিপণ—ঈশ্বৰৰ এক মহান উপহাৰ
    বাইবেলে আমাক কি শিকায়?
  • যীচুৰ বলিদানৰ প্ৰতি সদায় কৃতজ্ঞ হওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • মুক্তিৰ মূল্যৰ বলিদান দিয়াৰ আগতে পাপ ক্ষমা কৰা হʼল
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 ফেব্ৰুৱাৰী পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ৰোমীয়া ৪-৬

“ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে”

৫:৮, ১৮, ২১

মুক্তিপণস্বৰূপ বলিদানৰ যোগেদি যিহোৱা ঈশ্বৰে নিজৰ নাম পবিত্ৰ কৰিব আৰু মানৱজাতিৰ ওপৰত শাসন কৰাৰ অধিকাৰ যে কেৱল তেওঁৰ আছে, সেয়া প্ৰমাণ কৰিব। মুক্তিপণস্বৰূপ বলিদানৰ বাবে আজি আমি যিহোৱাৰ লগত বন্ধুত্ব স্থাপন কৰিবলৈ সক্ষম হৈছোঁ আৰু ভৱিষ্যতে অনন্ত জীৱন জীয়াই থকাৰ আশা লাভ কৰিছোঁ।

মুক্তিপণস্বৰূপ বলিদানৰ বাবে আমি কেনেকৈ মূল্যাংকন দেখুৱাব পাৰোঁ?

  • এজন ব্যক্তিয়ে বাপ্তিষ্মা লৈছে

    নিজৰ জীৱন সমৰ্পণ কৰা আৰু বাপ্তিষ্মা লোৱাৰ যোগেদি আমি দেখুৱাম যে আমি মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰোঁ আৰু আমাৰ জীৱনৰ ওপৰত যিহোৱাৰ অধিকাৰ আছে

  • দুজন ভায়ে ঘোষণা কাৰ্য্যত ভাগ লৈছে

    ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰাৰ যোগেদি আমি দেখুৱাম যে যিহোৱাৰ দৰে আমিও আন লোকসকলক প্ৰেম কৰোঁ।—মথি ২২:৩৯; যোহ ৩:১৬

মই আৰু কি কি উপায়েৰে মুক্তিপণস্বৰূপ বলিদানৰ বাবে মূল্যাংকন দেখুৱাব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক