ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 জানুৱাৰী পৃষ্ঠা ৬
  • ইস্ৰায়েলীসকলৰ উৎসৱৰপৰা লাভ কৰা শিক্ষা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ইস্ৰায়েলীসকলৰ উৎসৱৰপৰা লাভ কৰা শিক্ষা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 জানুৱাৰী পৃষ্ঠা ৬
ছবি: ১. ইস্ৰায়েলী এপৰিয়ালে আনন্দেৰে ঘৰৰ ওপৰত চালি বনাই আছে। ২. মণ্ডলীৰ সভাৰ বাবে ভাইসকলে লগ হৈছে আৰু এজনে-আনজনক হাত মিলাইছে আৰু আদৰণি জনাইছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ইস্ৰায়েলীসকলৰ উৎসৱৰপৰা লাভ কৰা শিক্ষা

নিস্তাৰ-পৰ্ব্ব আৰু খমীৰ নিদিয়া পিঠাৰ উৎসৱ (লেবী ২৩:৫, ৬; it-১-E ৮২৬-৮২৭)

শস্য দোৱাৰ পৰ্ব্ব (পঞ্চাশ-দিনীয়া) (লেবী ২৩:১৫, ১৬; it-২-E ৫৯৮ ¶২)

পঁজা-পৰ্ব্ব (লেবী ২৩:৩৪; w১৪-HI ৫/১৫ ২৮-২৯ ¶১১)

প্ৰাচীন সময়ত যিহূদীসকলে এই উৎসৱবোৰ কিয় পালন কৰিছিল আৰু ভৱিষ্যতে যিহোৱাৰ প্ৰতিজ্ঞাবোৰ কেনেকৈ পূৰ হʼব, এই বিষয়ে ধ্যান কৰিলে আমি বহুতো আনন্দ লাভ কৰিম।—দ্বিতী ১৬:১৫.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক