ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ১৬
  • মদ্যপান কৰাৰ ক্ষেত্ৰত ভাবি-চিন্তি নিৰ্ণয় লওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মদ্যপান কৰাৰ ক্ষেত্ৰত ভাবি-চিন্তি নিৰ্ণয় লওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • মদ খোৱাৰ বিষয়ে বাইবেলত কি লিখা আছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • সুৰাপান কৰাৰ প্ৰতি ভাৰসাম্যতা বজাই ৰাখক
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মদৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ১৬

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

মদ্যপান কৰাৰ ক্ষেত্ৰত ভাবি-চিন্তি নিৰ্ণয় লওক

‘মদ খোৱাৰ পৰিণামৰ বিষয়ে চিন্তা কৰক’ নামৰ ভিডিঅʼখনৰ চিনত দেখুওৱা হৈছে যে এজন ব্যক্তিয়ে হাতত মদ লৈ থিয় হৈ আছে আৰু এটা সাপে তেওঁক খোঁটিবলৈ জোঙা দাঁত উলিয়াই আছে।

প্ৰতিজন খ্ৰীষ্টানে মদ্যপান কৰাৰ ক্ষেত্ৰত ইন্দ্ৰিয়-দমন কৰা উচিত। (হিতো ২৩:২০, ২৯-৩৫; ১কৰি ৬:৯, ১০) যদি এজন খ্ৰীষ্টানে মদ্যপান কৰিব বিচাৰে, তেন্তে অতিমাত্ৰা মদ্যপান কৰা উচিত নহয়। তেওঁ মদ্যপান কৰাৰ অভ্যাস গঢ়ি তোলা উচিত নহয়, যাৰ বাবে তেওঁ মদ নোখোৱাকৈ থাকিব নোৱাৰিব। যদি তেওঁ এইদৰে কৰে, তেনেহʼলে তেওঁক দেখি আনে উজুটি খাব পাৰে। (১কৰি ১০:২৩, ২৪; ১তীম ৫:২৩) আমি আনক মদ্যপান কৰিবলৈ হেঁচা দিয়া উচিত নহয়, বিশেষকৈ ডেকা ভাইসকলক।

মদ খোৱাৰ পৰিণামৰ বিষয়ে চিন্তা কৰক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • মদ্যপান কৰাৰ ক্ষেত্ৰত সকলো খ্ৰীষ্টানে চৰকাৰৰ নিয়ম কিয় পালন কৰা উচিত?—ৰোম ১৩:১-৪

  • যদি কোনোবাই আমাক মদ্যপান কৰিবলৈ হেঁচা দিয়ে, তেনেহʼলে আমি কিয় অস্বীকাৰ কৰা উচিত?—ৰোম ৬:১৬

  • মদ্যপান কৰাৰ বেয়া পৰিণামৰপৰা আমি কেনেকৈ বাচিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক