ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মাৰ্চ পৃষ্ঠা ১২
  • যিহোৱালৈ অপেক্ষা কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱালৈ অপেক্ষা কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • সফলতা লাভ কৰিলেও নম্ৰ হৈ থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • দায়ূদৰ যুদ্ধৰ ৰণনীতি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • সাহস আৰু ষড়যন্ত্ৰৰ ঘটনা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ঈশ্বৰ যিহোৱাৰ পৰা সাহস লাভ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মাৰ্চ পৃষ্ঠা ১২
ৰজা চৌলে বাহিৰলৈ ওলাই যোৱাৰ সময়ত দায়ূদ আৰু তেওঁৰ এজন লোক গুহাৰ পিছফালে লুকাই আছে। দায়ূদে তৰোৱাল ধৰি থকা মানুহজনক চৌলক হত্যা নকৰিবলৈ ইংগিত দিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱালৈ অপেক্ষা কৰক

দায়ূদে বিচৰা হʼলে নিজৰ সমস্যাবোৰ শেষ কৰিব পাৰিলেহেঁতেন (১চমূ ২৪:৩-৫)

দায়ূদে পৰিস্থিতিক যিহোৱাৰ দৃষ্টিৰে চালে আৰু নিজকে নিয়ন্ত্ৰণ কৰিলে (১চমূ ২৪:৬, ৭)

যিহোৱাই সকলো ঠিক কৰিব বুলি দায়ূদৰ বিশ্বাস আছিল (১চমূ ২৪:১২, ১৫; w০৪ ৪/১ ১৬ ¶৮)

দায়ূদৰ দৰে আমি ধৈৰ্য্য ধৰা উচিত আৰু যিহোৱালৈ অপেক্ষা কৰা উচিত। নিজৰ সমস্যা দূৰ কৰিবলৈ আমি এনে কোনো কাম কৰা উচিত নহয়, যিটো বাইবেল সিদ্ধান্তৰ অনুসৰি ভুল হয়।—যাকো ১:৪; w০৪-HI ৬/১ ২২-২৩

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক