ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
আলোচনাৰ বাবে আৰ্হি
বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ অভিযান (চেপ্টেম্বৰ ১-৩০)
প্ৰশ্ন: আমি সদায় কাললৈকে জীয়াই থাকিব পাৰিমনে?
পদ: গীত ৩৭:২৯
পৰৱৰ্তী সাক্ষাতৰ বাবে: প্ৰকৃত আনন্দ আমি কʼত বিচাৰি পাম?
প্ৰথম সাক্ষাৎ
পৰৱৰ্তী সাক্ষাতৰ বাবে: প্ৰকৃত আনন্দ আমি কʼত বিচাৰি পাম?
পদ: ২তীম ৩:১৬, ১৭
প্ৰশ্ন: প্ৰতিদিনে কামত অহা ভাল পৰামৰ্শ আমি কʼত পাম?
▸ শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক:
পুনৰ সাক্ষাৎ
পৰৱৰ্তী সাক্ষাতৰ বাবে: এনে কিবা নিৰ্দেশনাৰ কিতাপ আছেনে, যাৰ পৰা জানিব পাৰি যে আমি প্ৰতিদিনে কেনেকৈ জীয়াই থাকিব লাগে?
পদ: যিচ ৪৮:১৭, ১৮
প্ৰশ্ন: এনে কিবা নিৰ্দেশনাৰ কিতাপ আছেনে, যাৰ পৰা জানিব পাৰি যে আমি প্ৰতিদিনে কেনেকৈ জীয়াই থাকিব লাগে?
▸ শিক্ষাদানৰ সঁজুলিৰ বাকচত এই পদটো বিচাৰক: