ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ১৫
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ শাখা প্ৰতিনিধিৰ লগত চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
  • বুদ্ধি বিচাৰি প্ৰতিদিনে বাইবেল পঢ়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • আপোনাৰ প্ৰগতিৰ বিষয়ে লিখক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ১৫

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?

প্ৰতিদিনে আমি বহুতো নিৰ্ণয় লʼবলগীয়া হয়। জগতৰ লোকসকলে আনক চাই বা আবেগিক হৈ নিৰ্ণয় লয়। (যাত্ৰা ২৩:২; হিতো ২৮:২৬) যিসকল লোকে যিহোৱাৰ ওপৰত ভৰসা কৰে, তেওঁলোকে ‘তেওঁক স্বীকাৰ কৰি’ জীৱনত সকলো কাম কৰে। অৰ্থাৎ বাইবেলৰ সিদ্ধান্তৰ অনুসৰি নিৰ্ণয় লয়।—হিতো ৩:৫, ৬.

তলত দিয়া পদবোৰৰ পাছত এনে পৰিস্থিতিৰ বিষয়ে লিখক, যʼত সেই পদৰ সিদ্ধান্ত ব্যৱহাৰ কৰি আপুনি সঠিক নিৰ্ণয় লʼব পাৰে।

  • মথি ৬:৩৩

  • ৰোম ১২:১৮

  • ১কৰি ১০:২৪

  • ইফি ৫:১৫, ১৬

  • ১তীম ২:৯, ১০

  • ইব্ৰী ১৩:৫

বিশ্বাসীসকলৰ দৰে হওক, দুষ্টৰ দৰে নহয়—মোচিৰ দৰে হওক, ফৌৰণৰ দৰে নহয় নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নৰ উত্তৰ দিয়ক:

“বিশ্বাসীসকলৰ দৰে হওক, দুষ্টৰ দৰে নহয়—মোচিৰ দৰে হওক, ফৌৰণৰ দৰে নহয়” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। এজন ভাই অধিৱেশত যাবলৈ ঘৰৰ পৰা ওলাইছে, সেই সময়তে অফিচৰ পৰা জৰুৰী ফোন কল আহিছে।

বাইবেলৰ এটা উদাহৰণৰ বিষয়ে ভবাৰ বাবে ভাইজনে কেনেকৈ সঠিক নিৰ্ণয় লʼবলৈ সহায় পালে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক