ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ১২
  • যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বাবে আমি চয়তানৰ কথা বিশ্বাস নকৰোঁ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বাবে আমি চয়তানৰ কথা বিশ্বাস নকৰোঁ
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • যিহোৱাৰ প্ৰকৃত প্ৰেম
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • আপুনি কেনেকৈ ঈশ্বৰৰ বন্ধু হ’ব পাৰে?
    বাইবেলে আমাক কি শিকায়?
  • আমি যিহোৱাক প্ৰেম কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • যিহোৱাৰ ওপৰত আশা ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ১২

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বাবে আমি চয়তানৰ কথা বিশ্বাস নকৰোঁ

চয়তানে লোকসকলৰ বিশ্বাস জন্মাব বিচাৰে যে সকলো সমস্যা যিহোৱাই আনে (ইয়ো ৮:৪)

আমি যিহোৱাৰ বিশ্বাসী হৈ আছোঁ নে নাই, তাৰ প্ৰতি যিহোৱাই ধ্যান নিদিয়ে বুলি আমি ভবাটো চয়তানে বিচাৰে (ইয়ো ৯:২০-২২; w১৫-HI ১০/১ ১০ ¶৩)

যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বাবে আমি তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰোঁ আৰু চয়তানৰ কথা বিশ্বাস নকৰোঁ (ইয়ো ১০:১২; গীত ৩২:৭, ১০; w২১.১১ ৬ ¶১৪)

এজনী ভনীয়ে যিহোৱাৰ পৰা পোৱা আশীৰ্বাদৰ বিষয়ে ভাবি আছে আৰু সেইবোৰ লিখি আছে। এখন সৰু ছবিত দেখুৱা হৈছে যে এহাল দম্পতীয়ে তেওঁক খোৱা-বোৱাৰ বস্তু দি আছে, আন এখন সৰু ছবিত আন এজনী ভনীয়ে ৰাজ্যগৃহত তাইক সাৱটি ধৰিছে আৰু তৃতীয় সৰু ছবিখনত তেওঁ নিজেই JW ব্ৰডকাষ্টিং চাই আছে।

কৰি চাওক: কোনো সমস্যাৰ মাজেদি পাৰ হোৱাৰ সময়ত মন কৰক যে যিহোৱাই কি কি উপায়েৰে আপোনাক প্ৰকৃত প্ৰেম দেখুৱাইছে। তাৰ পাছত সেইবোৰ লিখি ৰাখক আৰু বাৰে বাৰে সেইবোৰ চাই থাকক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক