এক আভাস
পৃথিৱীত হৈ থকা ঘটনাবোৰ দেখি আপোনাক কি লাগে, পৃথিৱীখন ধ্বংস হৈ যাবনে? যদি ধ্বংস হৈ যাব, তেনেহʼলে ইয়াৰ পাছত কি হʼব? যদি আমি জগতৰ অন্তৰপৰা ৰক্ষা পাব বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব লাগিব? ভৱিষ্যতে কি হʼব, তাৰ বিষয়ে ঈশ্বৰে বাইবেলত উল্লেখ কৰিছে। এই আলোচনীত আমি শাস্ত্ৰৰপৰা এই সকলো প্ৰশ্নৰ উত্তৰ জানিম।