ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwcl প্ৰৱন্ধ ২৬
  • আপুনি সেই “বহুমূলীয়া মুকুতা” পালেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি সেই “বহুমূলীয়া মুকুতা” পালেনে?
  • পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে
  • মিল থকা বিষয়
  • “বহুমূলীয়া মুকুতা” বিচাৰি পোৱা
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • বৰ্তমান সময়ত “বহুমূলীয়া মুকুতাৰ” অন্বেষণ কৰা
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • “দৃষ্টান্ত নিদিয়াকৈ তেওঁবিলাকক একো কথা নকলে”
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে
ijwcl প্ৰৱন্ধ ২৬

পবিত্ৰ শাস্ত্ৰই জীৱন পৰিৱৰ্তন কৰে

আপুনি সেই “বহুমূলীয়া মুকুতা” পালেনে?

মানুহৰ সকলো সমস্যা ঈশ্বৰৰ ৰাজ্যত শেষ হʼব বুলি যীচুৱে শিকাইছিল। (মথি ৬:১০) মথি ১৩:৪৪-৪৬ পদত তেওঁ দুটা উদাহৰণ দি বুজাইছিল যে ঈশ্বৰৰ ৰাজ্যৰ সত্যতা কিমান মূল্যৱান।

ছবি: যীচুৱে উদাহৰণত দিয়া দুজন ব্যক্তি। ১. এজন ব্যক্তিয়ে পথাৰত গাঁত খান্দি থকাৰ সময়ত কিবা এটা বিচাৰি পালে, সেয়া দেখি তেওঁ আচৰিত হৈছে। ২. আন এজন ব্যক্তিয়ে মুকুতা বিচাৰি পাই আনন্দিত হৈছে।
  • এজন ব্যক্তিয়ে কাম কৰি থকাৰ সময়ত হঠাতে ৰত্ন বিচাৰি পালে।

  • এজন সদাগৰে যাত্ৰা কৰি থকাৰ সময়ত বহুমূলীয়া মুকুতা বিচাৰি পালে।

দুয়োজনে যি বহুমূলীয়া মুকুতা বিচাৰি পাইছিল, সেয়া লাভ কৰিবলৈ তেওঁলোকে নিজৰ সকলো ধন-সম্পত্তি বিক্ৰী কৰি দিলে। এই লোকসকলে ঈশ্বৰৰ ৰাজ্যক গুৰুত্ব দিয়া লোকসকলক চিত্ৰিত কৰে, যিসকলে আশীৰ্বাদ লাভ কৰিবলৈ বহুতো ত্যাগ কৰিছে। (লূক ১৮:২৯, ৩০) যীচুৱে যি দুজন ব্যক্তিৰ উদাহৰণ দিছিল, তেওঁলোকৰ নিচিনা দুজন ব্যক্তিৰ বিষয়ে এই ভিডিঅʼখনত চাবলৈ পাম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক