ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwfq প্ৰৱন্ধ ৬
  • যিহোৱাৰ সাক্ষীসকলে যীচুৰ ওপৰত বিশ্বাস কৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সাক্ষীসকলে যীচুৰ ওপৰত বিশ্বাস কৰেনে?
  • যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • মিল থকা বিষয়
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • মুক্তিপণ—ঈশ্বৰৰ এক মহান উপহাৰ
    বাইবেলে আমাক কি শিকায়?
যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
ijwfq প্ৰৱন্ধ ৬
যাতনাস্তম্ভত মৃত্যুমুখী যীচু

যিহোৱাৰ সাক্ষীসকলে যীচুৰ ওপৰত বিশ্বাস কৰেনে?

যিহোৱাৰ সাক্ষীসকলে যীচুৰ ওপৰত বিশ্বাস কৰে। যীচুৱে এইদৰে কৈছিল: “ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নাযায়।” (যোহন ১৪:৬) আমি বিশ্বাস কৰোঁ যে যীচু স্বৰ্গৰপৰা পৃথিৱীলৈ আহিছিল আৰু তেওঁৰ সিদ্ধ জীৱন আমাৰ বাবে মুক্তিপণৰূপে বলিদান দিছিল। (মথি ২০:২৬) যীচুৰ মৃত্যু আৰু পুনৰুত্থানে, তেওঁৰ ওপৰত বিশ্বাস কৰা লোকসকলৰ বাবে অনন্ত জীৱন লাভ কৰাটো সম্ভৱ কৰি তুলিলে। (যোহন ৩:১৬) ইয়াৰ উপৰিও, আমি বিশ্বাস কৰোঁ যে বৰ্তমান সময়ত যীচু খ্ৰীষ্টই ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে শাসন কৰিছে আৰু এই ৰাজ্যৰ যোগেদি তেওঁ অতি সোনকালে পৃথিৱীত শান্তি কঢ়িয়াই আনিব। (প্ৰকাশিত বাক্য ১১:১৫) ইয়াৰ লগতে যীচু খ্ৰীষ্টই কোৱা এই কথাষাৰৰ ওপৰতো আমি বিশ্বাস কৰোঁ: “পিতৃ মোতকৈ মহান।” (যোহন ১৪:২৮) আমি যীচুক উপাসনা নকৰোঁ, কিয়নো তেওঁ সৰ্ব্বশক্তিমান ঈশ্বৰ নহয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক