ফুটনোট
a এই পঞ্জীয়ন দ্বাৰাই ৰোমান সাম্ৰাজ্যক আৰু ভালদৰে কৰ উলিয়াবলৈ অধিক সুবিধা কৰি দিছিল। ইয়াৰ দ্বাৰা, আগস্ত কৈচৰে নজনাকৈ এজন শাসকৰ বিষয়ে কোৱা ভৱিষ্যতবাণী পূৰ্ণ কৰিবলৈ সহায় কৰিছিল, যি জনে ‘ৰাজ্যৰ মাজেদি কৰতোলা এজনক যাবলৈ দিব।’ সেই একেই ভৱিষ্যতবাণীত কৈছিল “নিয়মটিৰে বন্ধা অধিপতিজন,” অৰ্থাৎ মচীহ, “ভগ্ন” হব এই শাসকৰ উত্তৰাধিকাৰী সময়ত, যীচুক বধ কৰা হৈছিল আগস্তৰ উত্তৰাধিকাৰী ৰাজত্বকালত।—দানিয়েল ১১:২০-২২.