ফুটনোট b বাইবেলত যিহোৱাক পিতৃ বুলি সম্বোধন কৰা হৈছে, কিয়নো তেওঁ আমাৰ সৃষ্টিকৰ্ত্তা। (যিচয়া ৬৪:৮) যীচুক ঈশ্বৰে নিজে সৃষ্টি কৰিছে আৰু সেইবাবে তেওঁক ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হয়। ঠিক সেইদৰে, অন্য স্বৰ্গদূত আৰু আদমকো ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হয়।—ইয়োব ১:৬; লূক ৩:৩৮.