ফুটনোট
a ধাৰ্ম্মিক স্বৰ্গদূতসকলৰ বিষয়ে প্ৰকাশিত বাক্য ৫:১১ পদত এইদৰে বৰ্ণনা কৰিছে: “তেওঁবিলাকৰ সংখ্যা অযুত গুণ অযুত, আৰু হাজাৰ গুণ হাজাৰ আছিল।” (দানিয়েল ৭:১০ পদত চাওক।) গতিকে বাইবেলে আমাক ইংগিত দিয়ে যে ঈশ্বৰে অযুত অযুত স্বৰ্গদূতক সৃষ্টি কৰিছিল।