ফুটনোট
b ডিচেম্বৰ মাহৰ ২৫ তাৰিখে যীচুৰ জন্মদিন হিচাপে বাছি লʼবলৈ চাটাৰনেলি নামৰ উৎসৱেও কিছু বৰঙণি আগবঢ়ায়। এই উৎসৱ প্ৰাচীন ৰোমৰ কৃষি দেৱতাৰ সন্মানত উদ্যাপন কৰা হৈছিল। এই উৎসৱ ডিচেম্বৰ মাহৰ ১৭ পৰা ২৫ তাৰিখলৈকে পালন কৰা হৈছিল আৰু ইয়াত ভোজ খোৱা, ৰং-ধেমালি কৰা আৰু উপহাৰ দিয়া-নিয়া আদি হৈছিল।