ফুটনোট a ইয়াৰ বিপৰীতে, বাইবেলে আমাক বৰ্ণনা কৰিছে যে যি মৃত লোকসকলৰ পুনৰুত্থান কৰা নহʼব, তেওঁলোক চিয়োল বা হেডীজ্ত নাই, কিন্তু গেহেনাত আছে। [অসমীয়া বাইবেলত ইয়াক নৰক বুলি বৰ্ণনা কৰিছে, যিটো সঠিক অনুবাদ নহয়।] (মথি ৫:৩০; ১০:২৮; ২৩:৩৩) চিয়োল বা হেডীজ্ৰ দৰে গেহেনাও কোনো বাস্তৱিক ঠাই নহয়।