ফুটনোট
a খ্ৰীষ্টপূৰ্ব ৬০৭ অক্টোবৰৰপৰা খ্ৰীষ্টপূৰ্ব ১ অক্টোবৰলৈকে ৬০৬ বছৰ হয়। খ্ৰীষ্টপূৰ্ব ১ অক্টোবৰৰপৰা ১৯১৪ চনৰ অক্টোবৰলৈকে ১,৯১৪ বছৰ হয়। গতিকে, ৬০৬ বছৰ আৰু ১,৯১৪ বছৰ যোগ কৰিলে, ২,৫২০ বছৰ হয়। খ্ৰীষ্টপূৰ্ব ৬০৭ যিৰূচালেম ধ্বংস হয়, ইয়াৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা, ইনচাইট্ অন দ্য স্ক্ৰিপশ্বাৰচ্ত উল্লেখ কৰা “ক্ৰনলজি” নামৰ লেখত চাওক।