ফুটনোট a অব্ৰাহামক বলিদান কৰিবলৈ কোৱাৰ যোগেদি যিহোৱা ঈশ্বৰে ভৱিষ্যতে তেওঁ কেনেকৈ নিজৰ একমাত্ৰ পুত্ৰক বলিদানৰূপে আগবঢ়াব, তাৰে এক চানেকি দিছিল। (যোহন ৩:১৬) কিন্তু অব্ৰাহামে বলিদান কৰাৰ সময়তে যিহোৱা ঈশ্বৰে তেওঁক বাধা দিছিল আৰু ইচ্হাকৰ সলনি এটা মতা মেৰৰ ব্যৱস্থা কৰিছিল।—আদিপুস্তক ২২:১, ২, ৯-১৩.