ফুটনোট
b দায়ূদে গলিয়াথক বধ কৰাৰ সময়ত তেওঁ এজন “লৰা” আছিল আৰু যোনাথনৰ মৃত্যুৰ সময়ত দায়ূদৰ বয়স প্ৰায় ৩০ বছৰ আছিল। (১ চমূৱেল ১৭:৩৩; ৩১:২; ২ চমূৱেল ৫:৪) মৃত্যুৰ সময়ত যোনাথনৰ বয়স প্ৰায় ৬০ বছৰ আছিল। ইয়াৰপৰা বুজিব পাৰি যে দায়ূদতকৈ তেওঁ প্ৰায় ৩০ বছৰ ডাঙৰ আছিল।