ফুটনোট
c ১ চমূৱেল ২৩:১৭ পদত বৰ্ণনা কৰা অনুসৰি যোনাথনে দায়ূদক উৎসাহিত কৰিবলৈ পাঁচটা বিষয় কৈছিল: (১) দায়ূদক ভয় নকৰিবলৈ অনুৰোধ কৰিছিল। (২) চৌলৰ প্ৰচেষ্টা সফল নহʼব বুলি দায়ূদক আশ্বাস দিছিল। (৩) যিহোৱা ঈশ্বৰে প্ৰতিজ্ঞা কৰা অনুসৰি দায়ূদে ৰজা হʼব বুলি যোনাথনে সোঁৱৰাই দিছিল। (৪) দায়ূদৰ অনুগত হৈ থাকিব বুলি প্ৰতিশ্ৰুতি দিছিল। (৫) যোনাথনে দায়ূদক কৈছিল যে তেওঁ দায়ূদৰ অনুগত হৈ থকা কথাটো চৌলেও জানে।