ফুটনোট a ইব্ৰী ভাষাত “শুচি” শব্দৰ অৰ্থ নৈতিক বা আধ্যাত্মিকভাৱে পৰিষ্কাৰ থকাৰ উপৰিও শাৰীৰিকভাৱে পৰিষ্কাৰ থকা।