ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ

ফুটনোট

d মোচিৰ নিয়ম ব্যৱস্থা অনুসৰি সন্তান জন্ম দিয়াৰ পাছত এগৰাকী তিৰোতাই যিহোৱা ঈশ্বৰৰ আগত পাপাৰ্থক বলি দিয়াৰ প্ৰয়োজন আছিল। (লেবীয়া পুস্তক ১২:১-৮) ইয়ে ইস্ৰায়েলীসকলক এক চৰম সত্যক সোঁৱৰাই দিছিল যে মানুহে নিজৰ সন্তানক উত্তৰাধিকাৰীৰূপে পাপ দিয়ে। সন্তানৰ জন্মদিনটো ভাৰসাম্যতা বজাই ৰাখিবলৈ এই ব্যৱস্থাই তেওঁলোকক সহায় কৰিছিল আৰু ইয়াৰ বাবেই তেওঁলোকে জন্মদিন পালন কৰা প্ৰথাবোৰৰপৰা আঁতৰি থাকিবলৈ সক্ষম হৈছিল।—গীতমালা ৫১:৫.

অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক