ফুটনোট
e ঈয়োষ্ট্ৰাক (বা ঈষ্ট্ৰা) জনন ক্ষমতাৰ দেৱী বুলিও কোৱা হৈছে। পৌৰাণিক কথাৰ শব্দকোষ (ইংৰাজী) কিতাপখনৰ অনুসৰি, “চন্দ্ৰত এই দেৱীৰ ওচৰত এক শহাপশু আছিল, যিয়ে কণী বৰ ভাল পাইছিল। কেতিয়াবা কেতিয়াবা কোৱা হৈছে এই দেৱীজনীৰ মূৰটো শহাপশুৰ দৰে আছিল।”