ফুটনোট
c তেওঁলোকে বেচা-কিনাৰ বাবে বেলেগ বেলেগ দগা ব্যৱহাৰ কৰিছিল, যাতে দুয়ো ফালৰপৰা তেওঁলোকৰেই লাভ হয়। ইয়াৰ উপৰিও তেওঁলোকে বস্তুবোৰ জোখ-মাখ কৰাৰ সময়ত গ্ৰাহকসকলক ঠগিবলৈ এনে তুলাচনীৰ ব্যৱহাৰ কৰিছিল, যাৰ দণ্ড এফালে গধুৰ আৰু দীঘল আছিল।