ফুটনোট
a চয়তানক বিপক্ষ, অপবাদক, প্ৰতাৰক, প্ৰলোভনকাৰী, মিছলীয়া এই নামবোৰ দিয়া হৈছে। এই নামবোৰৰ অৰ্থ এইটো নহয় যে সি আমাৰ হৃদয় বা মন পঢ়াৰ ক্ষমতা ৰাখে। কিন্তু ইয়াৰ বিপৰীতে যিহোৱা ঈশ্বৰ আমাৰ “হৃদয় পৰীক্ষা কৰোঁতা,” আৰু যীচু আমাৰ “অন্তৰৰ আৰু হৃদয়ৰ অনুসন্ধানকাৰী” বুলি বৰ্ণনা কৰিছে।—হিতোপদেশ ১৭:৩; প্ৰকাশিত বাক্য ২:২৩.