ফুটনোট a যিহোৱা ঈশ্বৰক পিতৃ বুলি কোৱা হৈছে, কিয়নো তেওঁ সৃষ্টিকৰ্তা। (যিচয়া ৬৪:৮) যীচু খ্ৰীষ্টক ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হৈছে, কিয়নো যিহোৱা ঈশ্বৰে তেওঁক সৃষ্টি কৰিছিল। আদম আৰু স্বৰ্গদূতসকলকো তেওঁৰ পুত্ৰ বুলি কোৱা হৈছে।—ইয়োব ১:৬; লূক ৩:৩৮.