ফুটনোট
a বাইবেলত মৃত লোকসকলক পুনৰ জীৱিত কৰা আৰু বহুতো সত্য ঘটনা উল্লেখ আছে। ইয়াত কোৱা হৈছে যে কেনেকৈ বৃদ্ধ-ডেকা, পুৰুষ-স্ত্ৰী, ইস্ৰায়েলী আৰু বিদেশীসকলক মৃত্যুৰপৰা পুনৰ জীৱিত কৰা হৈছিল। আপুনি এই ঘটনাবোৰৰ বৰ্ণনা এই পদবোৰত পঢ়িব পাৰে: ১ ৰাজাৱলি ১৭:১৭-২৪; ২ ৰাজাৱলি ৪:৩২-৩৭; ১৩:২০, ২১; মথি ২৮:৫-৭; লূক ৭:১১-১৭; ৮:৪০-৫৬; পাঁচনিৰ কৰ্ম্ম ৯:৩৬-৪২; ২০:৭-১২.