ফুটনোট
a ইয়াৰ অৰ্থ এইটো নহয় যে যিসকল লোকে আপোনাৰ বিৰোধ কৰে, তেওঁলোকক চয়তানে নিয়ন্ত্ৰণ কৰে। কিন্তু চয়তান ‘এই যুগৰ দেৱতা’ হয় আৰু “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” সেইবাবে, যদি কোনোবাই আমাক যিহোৱাৰ উপাসনা কৰিবলৈ বাধা দিয়ে, তেন্তে এয়া কোনো আচৰিত কথা নহয়।—২ কৰিন্থীয়া ৪:৪; ১ যোহন ৫:১৯.