ফুটনোট a ঈশ্বৰে মানুহক উদ্ধাৰ কৰিবলৈ যিজনক নিযুক্ত কৰিলে, সেইজনক মচীহ বা খ্ৰীষ্ট বুলি কোৱা হয়। পাঠ ২৬ আৰু ২৭-ত আমি আলোচনা কৰিম যে যীচুৱে লোকসকলৰ জীৱন ৰক্ষা কৰিবলৈ কিয় আহিবলগীয়া হʼল আৰু তেওঁ লোকসকলৰ জীৱন কেনেকৈ ৰক্ষা কৰিলে।