ফুটনোট
a নিৰাশাত থকা লোকসকলৰ বিষয়ে যিহোৱাই চিন্তা কৰে। (গীতমালা ৩৪:১৮) কেতিয়াবা কেতিয়াবা এজন ব্যক্তিয়ে ইমানেই নিৰাশ হৈ পৰে যে তেওঁ হয়তো ভাবিব পাৰে, ‘মই জীয়াই থকাৰ কোনো লাভ নাই।’ তেওঁৰ এই দুখ যিহোৱাই ভালদৰে বুজি পায় আৰু এনেধৰণৰ নিৰাশাৰপৰা ওলাই আহিবলৈ তেওঁ সহায় কৰিব পাৰে। এই বিষয়ে জানিবলৈ “মই জীয়াই থাকিব নিবিচাৰোঁ—আত্মহত্যা কৰিবলৈ মন গʼলে মই কি কৰিম, বাইবেলত কিবা পৰামৰ্শ আছেনে?” নামৰ লেখটো পঢ়ক। এই পাঠৰ বেছিকৈ জানক ভাগত এই লেখ দিয়া আছে।