ফুটনোট
c কিছুমান ডাক্তৰে তেজৰ চাৰিটা উপাদানক ক্ষুদ্ৰ অংশ বুলি ভাবে। সেইবাবে, ডাক্তৰৰ লগত কথা পতাৰ সময়ত তেওঁক স্পষ্টকৈ জনোৱা উচিত যে আপুনি তেজ আৰু ইয়াৰ চাৰিটা উপাদান, যেনে লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, প্লেটলেটছ্ আৰু প্লাজ্মা গ্ৰহণ নকৰে।