ফুটনোট
b ব্ৰিটিচ্ বিদ্বান জী. আৰ. বীজেলী-মৰীয়ে এইদৰে নিজৰ মন্তব্য দিয়ে “ ‘এইকালৰ,’ উক্তিটোৰ বাবে অনুবাদসকলে কঠিন পোৱাটো উচিত নহয়। যিহেতু প্ৰথমৰ গ্ৰীক ভাষাত জেনিয়া-ৰ অৰ্থ হৈছে জন্ম, বংশ আৰু সেইবাবে জাতিও . . . [গ্ৰীক চেপ্চুৱাজেট] শব্দত, ইব্ৰী পদ ডৌৰ শব্দক বহুবাৰ বয়স, বা মানৱজাতিৰ আয়ুস, বা কালৰ অৰ্থত অনুবাদ কৰা হৈছে। . . . যীচুৱে কোৱা উক্তিটো দুই অৰ্থত বুজোৱা যেন বোধ হয়: এক অৰ্থত ই সদায় তেওঁৰ লোকসকলক বুজাই আৰু আন অৰ্থত ই সদায় স্পষ্টৰূপে প্ৰতিকূল সমালোচনাৰ অৰ্থ বহন কৰে।”