ফুটনোট
a “ৰোমীয়াসকলে পতকাক তেওঁলোকৰ মন্দিৰবোৰত ধাৰ্ম্মিক প্ৰতীকৰূপে শ্ৰদ্ধা কৰা হৈছিল আৰু ৰোমীয়াসকলে যিমান জাতিৰ ওপৰত বিজয় প্ৰাপ্ত কৰিছিল, তেওঁলোকৰ প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা আৰু বৃদ্ধি হৈ গৈছিল . . .। [ সৈন্যসকলৰ বাবে এই প্ৰতীক] হয়তো পৃথিবীৰ অন্য বস্তুতকৈ পৱিত্ৰ বস্তু আছিল। ৰোমীয়া সৈন্যই তেওঁলোকৰ প্ৰতীকৰ নামত শপত খাইছিল।”—বিশ্বকোষ ব্ৰিটেনিকা, ১১ সংস্কাৰণ।