ফুটনোট
b এইটো লক্ষ্য কৰা উচিত যে সা.যু. ৬৬-৭০ চনত যীচুৰ বাক্যৰ পূৰ্ণতাই আমাক বুজিবলৈ সহায় কৰে যে সেই ভৱিষ্যতবাণীবোৰ মহা ক্লেশত কেনেকৈ পূৰ্ণ হব, কিন্তু দুয়োতা ভৱিষ্যতবাণীৰ পূৰ্ণতা সম্পূৰ্ণৰূপে একে সাদৃশ্যতা হব নোৱাৰে কিয়নো দুয়োটা ভৱিষ্যতবাণী পূৰ্ণতা বেলেগ বেলেগ পৰিস্থিতিত হৈছে।