ফুটনোট
b প্ৰহৰীদুৰ্গ, আগষ্ট ১, ১৯৯৮ চন ১৩ পৃষ্ঠাৰ ৭ অনুচ্ছেদত চাওঁক। বাইবেল পাঠ কৰাটো আপোনাৰ অভ্যাসত পৰিণত কৰক আৰু এই বিষয়ে তাত উল্লেখ কৰা দুটা অধ্যয়নৰ লেখত চাওঁক। ইয়াৰ উপৰিও ওৱাচ্ টাৱৰ বাইবেল এণ্ড ট্যাক্ট চচাইটিৰ দ্বাৰা প্ৰকাশ কৰা ইনচাইট্ অব দ্যা স্ক্ৰিপচাৰʼত, ‘ন্যায়, দয়া, আৰু ধাৰ্মিকতা’ শব্দবোৰৰ অৰ্থ চাব পাৰে।