ফুটনোট
b আজি আমি ইজনে সিজনক দেখিহে এজন ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলো; কিন্তু অস্তিত্ব থকা ঈশ্বৰ যিহোৱাৰ সৈতে সম্পৰ্ক গঢ়ি তুলিবলৈ হʼলে বিশ্বাসৰ আৱশ্যক। (ইব্ৰী ১১:৬) ঈশ্বৰৰ প্ৰতি দৃঢ় বিশ্বাস কেনেকৈ গঢ়ি তুলিব পাৰি সেই বিষয়ে গভীৰভাৱে বিবেচনা কৰিবলৈ অনুগ্ৰহ কৰি ভাৰতত থকা ওৱাচ্টাৱাৰ বাইবেল এন্ড ট্ৰ্যাক্ট চোচাইটিৰ দ্বাৰা প্ৰকাশিত এনে এজন ঈশ্বৰ আছেনে যিজনে আমাৰ তত্ত্বাৱধান লয়? নামৰ ব্ৰচাৰখন চাওঁক।