ফুটনোট
a প্ৰথমতে, যিবোৰ স্থানত আগ্ৰহী ব্যক্তিসকলে সমূহীয়াকৈ উপস্থিত হৈছিল, সেইবোৰ ঠাইত বাইবেল অধ্যয়ন পৰিচালনা কৰা হৈছিল। কিন্তু পাছলৈ, প্ৰত্যেক ব্যক্তি আৰু পৰিয়ালৰ সৈতে ব্যক্তিগতৰূপে অধ্যয়ন কৰিবলৈ ধৰিলে।—যিহোৱাচ্ উইট্নেচেচ—প্ৰক্লেইমাৰচ্ অৱ গড্চ কিংডম নামৰ কিতাপখনৰ ৫৭৪ পৃষ্ঠা চাওঁক।