ফুটনোট
b বহু শতাব্দীৰ পাছত অচূৰৰ ৰজা দ্বিতীয় অচূৰনাচিৰাপালে কৰ্কমিচৰ ওচৰত থকা ফৰাৎ নদী পাৰ কৰিবলৈ সৰু নাওঁ ব্যৱহাৰ কৰিছিল। কিন্তু অব্ৰামে নদীখন পাৰ কৰিবলৈ কোনো নাওঁ সাজিছিল নে বা তেওঁৰ যাত্ৰী দলে খোজকাঢ়ি নদী পাৰ কৰিছিল এই বিষয়ে বাইবেলত কোনো বৰ্ণনা কৰা নাই।