ফুটনোট
a “স্পষ্টৰূপে দেখি পোৱা [যীচুৰ আৰু ফৰীচীসকলৰ] মুখ্য পৃথকতাই যে ঈশ্বৰৰ সম্পৰ্কে দুই প্ৰকাৰৰ বিপৰীত অৰ্থ বুজাই দিয়া হৈছে, তাক স্পষ্টকৈ বুজিবলৈ সহায় কৰে। ফৰীচীসকলৰ বৰ্ণনাৰ অনুসাৰে যিহোৱা হৈছে এজন দাবী কৰোঁতা ঈশ্বৰ; যীচুৰ অনুসাৰে তেওঁ হৈছে এজন ক্ষমাশীল আৰু কৃপালু ঈশ্বৰ। অৱশ্যে ফৰীচীসকলে ঈশ্বৰৰ প্ৰেম আৰু অনুগ্ৰহক যদিও অস্বীকাৰ নকৰে, তেওঁবিলাকৰ অনুসাৰে সেই গুণবোৰ টৰাহত [ব্যৱস্থা] দানৰূপে উল্লেখ কৰিছে আৰু সম্ভৱত, দাবী কৰা কাৰ্য্যক পূৰ্ণ কৰা। . . . ব্যৱস্থা নিয়মৰ অৰ্থ ভাঙণিৰ সৈতে থকা পৰম্পৰাগত ৰীতি-নিয়মক ফৰীচীসকলে টৰাহত দিয়া আজ্ঞাক পালন কৰা হিচাবে দৃষ্টি কৰিছিল। . . . কিন্তু, যীচুৱে দাঙি ধৰা প্ৰেমৰ দ্বিগুণ পৰিমাণৰ আজ্ঞাই ফৰীচীসকলৰ পৰম্পৰাগত ৰীতি-নিয়ম আৰু তেওঁলোকৰ শিক্ষাৰ একেবাৰে বিপৰীত আছিল।”—দ্যা নিউ ইন্টাৰনেচেল ডিকচেনেৰী অৱ নিউ টেষ্টামেন্ট থিউলজি।