ফুটনোট
b ২০০০ চনৰ নবেম্বৰ ১৬ তাৰিখে সযুক্ত ৰাষ্ট্ৰত আয়োজিত কৰা অন্তৰাষ্ট্ৰীয় ধৰ্ম্মীয় স্বাধীন সমিতিত ভাগ লোৱা এজন ব্যক্তিয়ে যিহোৱাৰ সাক্ষীসকলৰ আৰু বলেৰে ধৰ্মান্তৰিত কৰা ব্যক্তিসকলৰ কাৰ্য্যৰ মাজত থকা পৃথকতাৰ সম্বন্ধে এক মন্তব্য দাঙি ধৰিছিল। তাত এইটো লক্ষ্য কৰা হʼল যে যিহোৱাৰ সাক্ষীসকলে আনৰ ওচৰলৈ গৈ এইদৰে শুভ সংবাদৰ বিষয়ে প্ৰচাৰ কৰে, যদি এজন ব্যক্তিয়ে শুনিবলৈ আগ্ৰহী নহয় তেনেহʼলে তেওঁ সহজে “মই শুনিবলৈ ইচ্ছুক নহওঁ” বুলি কʼব পাৰে।