ফুটনোট
a প্ৰকৃততে যদিও যোচিফাচে ইহুদীসকলক পবিত্ৰ বস্তুৰ প্ৰতি অনাদৰ নকৰা বুলি কৈছিল, তথাপিও তেওঁ ঈশ্বৰৰ ব্যৱস্থাক অন্য ধৰণে বুজাই এইদৰে কৈছিল: “কোনেও যেন আন দেৱ-দেৱীসকলক অপমান নকৰে বা পবিত্ৰ বস্তুক অপহৰণ নকৰে অথবা সিহঁতৰ নামত অৰ্পিত কৰা ধন সংগ্ৰহ নকৰে।” (হেলনীয়া মুদ্ৰণ আমাৰ)—জিউইচ্ এনটিক্যুটীজ, পুস্তক ৪, অধ্যায় ৮ অনুচ্ছেদ ১০.