ফুটনোট
a অসমীয়া বাইবেলত গ্ৰীক ভাষাৰ হেডিচ শব্দটোক ১৯ বাৰ “পৰলোক,” ২৫ বাৰ নৰক আৰু ৪ বাৰ মৈদাম বুলি উল্লেখ কৰিছে। লূক ১৬:১৯-৩১ পদত হেডিচ শব্দটোক পৰলোক আৰু যাতনা পোৱা স্থানৰূপে উল্লেখ কৰিছে। যিহেতু সেই সম্পূৰ্ণ ঘটনাটো বাস্তৱিক নহয় কিন্তু লাক্ষণিক অৰ্থতহে বুজোৱা হৈছে। যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল নামৰ কিতাপখনৰ ৮৮ অধ্যায় চাওক।