ফুটনোট
b মাৰ্চ ২৮ তাৰিখ, ২০০২ চনৰ বাৰ্ষিক স্মৰণীয় পৰ্বত উপস্থিত হোৱা লাখ লাখ লোকে এতিয়াও সক্ৰিয় হৈ যিহোৱাক সেৱা কৰা নাই। তেওঁলোকৰ বহুতে যাতে শীঘ্ৰেই শুভবাৰ্ত্তাৰ প্ৰচাৰক হʼবলৈ পদক্ষেপ লয়, এইয়ে হৈছে আমাৰ একান্ত ইচ্ছা আৰু তাৰ বাবে ঈশ্বৰলৈ আমি প্ৰাৰ্থনা কৰিছোঁ।