ফুটনোট
b যিৰিমিয়া ৩৮:১৯ পদত বৰ্ণনা কৰিছে যে ইহুদীসকলৰ কিছুমানে কলদীয়াবিলাকৰ ‘পক্ষ’ লৈছিল আৰু সেইবাবে তেওঁলোকক মৃত্যুদণ্ড দিয়া নহল কিন্তু বন্দী কৰি নিয়া হʼল। তেওঁলোকে যিৰিমিয়াৰ বাক্য শুনি তাক পালন কৰিছিল নে নাই, এই বিষয়ে আমাক ইয়াত একো কোৱা নাই। যিয়েই নহওক, তেওঁলোকে যিৰিমিয়াৰ বাক্যৰ অনুসাৰে নিশ্চয়ে জীৱিত আছিল।